• कोरोना माहामारी के मुश्किल समय में, क्रिसिल फाउंडेशन सभी ग्रामशक्ति प्रतिभागियों को केंद्र और राज्य सरकार द्वारा दिये गए दिशानिर्देशों एवं नियमों का पूर्णरूप से पालन करने की सलाह देता हैं । विशेष रूप से सामाजिक दुरी, स्वास्थ्य और स्वच्छता सम्बंधित नियमों का पालन करना अति आवश्यक हैं।
    ग्रामशक्ति अभ्यास हेतु सोंपे गए कार्यों को पूरा करते समय, कृपया अपनी और अपने आसपास के लोगों की सुरक्षा के लिए सभी आवश्यक सावधानियों का पालन करें।

    কৰুণা‌ মহামাৰীৰ এই কঠিন সময়ত, ক্ৰিছিল ফাউণ্ডেছনে সকলো গ্ৰামশক্তি প্ৰতিযোগীক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা নিৰ্দেশিত সকলোবোৰ নিয়ম আৰু আইন সম্পূৰ্ণৰূপে পালন কৰিবলৈ উপদেশ দিয়ে।বিশেষ ৰূপে সামাজিক দূৰত্ব, স্বাস্থ্য আৰু স্বচ্ছতাৰ লগত জড়িত নিয়ম বোৰ পালন কৰা অতি আৱশ্যকীয়।
    অনুগ্ৰহ কৰি আপোনাৰ আৰু লগতে আপোনাৰ ওচৰৰ লোক সকলৰ সুৰক্ষাৰ বাবে গ্ৰামশক্তিৰ অভ্যাসৰ বাবে দিয়া কাৰ্যবোৰ কৰা সময়ত সকলো আৱশ্যকীয় সাৱধানতা অৱলম্বন কৰক।

    Portal designed, developed and operated by TrainingCentral Solutions Pvt. Ltd.